অর্থ : ছিৰিয়াত প্রচলিত মুদ্রা
উদাহরণ :
এক আমেৰিকান ডলাৰ কিমান ছিৰিয়ান পাউণ্ডৰ সমান হয় ?
সমার্থক : ছিৰিয়ান পাউণ্ড
অর্থ : মিচৰত প্রচলিত মুদ্রা
উদাহরণ :
এক ইজিপ্সিয়ান পাউণ্ড প্রায় ভাৰতীয় মূল্য আঠ টকাৰ সমান
সমার্থক : ইজিপ্সিয়ান পাউণ্ড
অর্থ : গ্রেট ব্রিটেইনত প্রচলিত মুদ্রা
উদাহরণ :
এক ব্রিটিছ পাউণ্ডত প্রায় পয়সত্তৰ টকা হয়
সমার্থক : ব্রিটিছ পাউণ্ড
অর্থ : লেবাননত চলা মুদ্রা
উদাহরণ :
কামৰানে লেবানীজ পাউণ্ড কিনিবলৈ বেংকলৈ গৈছে
সমার্থক : লেবানিজ পাউণ্ড