সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : পলাই যোৱা লোক
উদাহরণ : পুলিচে পলাতকক বিচাৰি ফুৰিছে
সমার্থক : পলাতক, পলায়নকাৰী
অর্থ : পলাই যোৱা
উদাহরণ : পুলিচে পলাতক অপৰাধীৰ তালাচী চলাই আছে
সমার্থক : পলাতক, পলায়নকাৰী, পলায়িত, ফেৰাৰ
অর্থ : পলায়ন কৰোতা
উদাহরণ : সেনাপতিয়ে যুদ্ধৰ পৰা পলৰীয়া সৈনিকবোৰক গুলী মাৰিলে
সমার্থক : পলাতক, পলায়নকাৰী, পলায়নশীল, পলায়িত
ইনস্টল