পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে পলোৱা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

পলোৱা   ক্ৰিয়া

অর্থ : ভয় খাই বিপদজনক ঠাইৰ পৰা বা নিজৰ ্ কর্তব্য আদিৰ পৰা বিমুখ হৈ আৰু লোকচক্ষুৰ পৰা আঁৰ হৈ গুচি যোৱা

উদাহরণ : কয়দীজন জেলৰ পৰা পলাই গʼল

সমার্থক : পলাই যোৱা, পলায়ন কৰা

অর্থ : প্রেমিক-প্রেমিকাই মনে মনে গুচি যোৱা কার্য

উদাহরণ : বিয়া পাতিবৰ কাৰণে তেওঁলোক দুয়ো ঘৰৰ পৰা পলাল