অর্থ : যিজন সৈনিকৰ ওচৰত ্ ঘোঁৰা বা কোনো বাহন নাথাকে
উদাহরণ :
সেনা অভিযানৰ সময়ত শত্রুপক্ষৰ শ-শ পদাতিক সৈন্য হতাহত হৈছিল
সমার্থক : পদাতিক সেনা
অর্থ : দাবাখেলত থকা গুটিসমূহৰ মাজৰ আঠটা গুটি বিশিষ্ট সংখ্যা যাৰ মান সকলোতকৈ
উদাহরণ :
দাবাখেলত পদাতিক সৈন্য সদায় পোনে পোনে তথা বেঁ্কাকৈ যায়
অর্থ : ভৰিৰে খোজকাঢ়ি যুদ্ধ কৰা সৈনিক
উদাহরণ :
প্রাচীনকালৰ যুদ্ধত পদাতিকৰ যথেষ্ট প্রভাৱ আছিল
সমার্থক : পদাতি, পদাতিক সেনা