সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কাৰোবালৈ খবৰ-বাতৰি জনাই লিখা বা বিৱৰণ আদি লিখা কাগজ
উদাহরণ : বন্দনাই নিজৰ প্রবাসী ভায়েকলৈ নিয়মীয়াকৈ চিঠি লিখে মন্ত্রীয়ে ৰাজদৰবাৰত দূতে অনা পত্র পঢ়িবলৈ ধৰিলে
সমার্থক : খত, চিঠি, চিঠি-পত্র, পত্রিকা
অর্থ : গছ-গছনি, লতিকা আদিৰ ঠাল-ঠেঙুলিত লাগি থকা বিশেষকৈ সেউজীয়া বা বিভিন্ন ৰঙৰ পাতল, চেপেটা অৱয়ব
উদাহরণ : তেওঁ ্ বাগিচাত পৰা শুকান পাতবোৰ সাৰি আছে
সমার্থক : দল, পর্ণ, পাত
অর্থ : লিখা কাগজ আদি, বিশেষভাৱে সেই কাগজ যʼত কোনো বিষয়ৰ লগত সম্বন্ধ থকা কোনো মহত্ত্বপূর্ণ কথা লিখা থাকে
উদাহরণ : তেওঁৰ প্রৱেশ পত্রখন কʼৰবাত হেৰাল
সমার্থক : পত্রিকা
অর্থ : কাগজৰ সমান পাতল ধাতুৰ পাত
উদাহরণ : তেওঁ ্ধাতুৰ পাতত লক্ষ্মীৰ ছবি অংকন কৰালে
সমার্থক : পাত
ইনস্টল