অর্থ : কোনো পত্র বা আদেশ আদিক উচিত স্থানলৈ লৈ যোৱা কার্য
উদাহরণ :
তেওঁ প্ৰেৰণৰ কাৰণে পাৰ চৰাই পুহি ৰাখিছে
সমার্থক : প্ৰেৰণ
অর্থ : কোনো বস্তু, ব্যক্তি আদিক এঠাইৰ পৰা আন এঠাইলৈ লৈ যোৱা বা যাবলৈ দিয়া
উদাহরণ :
ৰামে অঙ্গদক দূত হিচাপে ৰাৱণৰ ওচৰলৈ পঠালে মই এখন চিঠি পঠিয়ালো
সমার্থক : পঠোৱা, ৰাওনা হোৱা