অর্থ : কোনো লেখনিৰ শ্্ব্দবোৰ উচ্চাৰণ কৰি পঢ়া কার্য
উদাহরণ :
লʼৰা-ছোৱালীবোৰৰ পঠন কার্যত ্শ্রোতাই হাতচাপৰি বজালে
অর্থ : কোনো বিষয়ৰ সকলো দিশৰ বা গূঢ় তত্ত্বৰ জ্ঞান লাভ কৰিবৰ কাৰণে চোৱা, পঢ়া বা বুজা কার্য
উদাহরণ :
তেওঁ সংস্কৃতৰ অধ্যয়ন কৰিবৰ কাৰণে কাশীলৈ গৈছে
সমার্থক : অধ্যয়ন, জ্ঞানার্জন