সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কটা-চিঙা আদিত দৰব দি বান্ধিবৰ বাবে ব্যৱহাৰ কৰা ঠেক কপাহী কাপোৰ
উদাহরণ : তেওঁ ্ ঘাঁডোখৰত পটি বান্ধিবৰ কাৰণে শল্য-চিকিৎসকৰ ওচৰলৈ গৈছে
সমার্থক : ধৰণি, পটি, পটী, পট্টি, বন্ধনী, বেণ্ডেজ, বেন্দেজ
অর্থ : পূঁজ ্ শুকাবৰ কাৰণে ঘাঁত দিয়া কাপোৰৰ টুকুৰা
উদাহরণ : চিকিৎসকে তেওঁৰ ্ ঘাঁত পট্টী বান্ধি আছে
সমার্থক : বট্টী
ইনস্টল