সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কটা-চিঙা আদিত দৰব দি বান্ধিবৰ বাবে ব্যৱহাৰ কৰা ঠেক কপাহী কাপোৰ
উদাহরণ : তেওঁ ্ ঘাঁডোখৰত পটি বান্ধিবৰ কাৰণে শল্য-চিকিৎসকৰ ওচৰলৈ গৈছে
সমার্থক : ধৰণি, পটী, পট্টি, পট্টী, বন্ধনী, বেণ্ডেজ, বেন্দেজ
অর্থ : শিৰৰ সেওঁতাৰ দুয়োফালৰ চুলিক ফণীৰে আঁচুৰি পৰিপাটীকৈ সজোৱা একধৰণৰ কেশসজ্জা
উদাহরণ : শীলাই নিজৰ চুলিখিনিক পটিৰ ৰূপ দি আছে
ইনস্টল