সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কোনো পঞ্জী, তালিকা আদিত নাম লিখোৱা কার্য
উদাহরণ : এগৰাকী নার্চে চিকিৎসালয়ত নৱজাতকৰ পঞ্জীয়ন কৰি আছে
সমার্থক : নামাংকন, নামাঙ্কন, পঞ্জীকৰণ
অর্থ : পঞ্জী, বহী বা ৰেজিষ্টাৰত লিখা কার্য
উদাহরণ : অশোক আৰু সাধনাই নিজৰ বিয়াৰ পঞ্জীকৰণ আদালতত গৈ কৰিলে
সমার্থক : পঞ্জীকৰণ, ৰেজিষ্টাৰ
ইনস্টল