অর্থ : কোনো কাজিয়া বা মামলা-মোকর্দ্্মা আদিৰ নিষ্পত্তিৰ কাৰণে গঠন কৰা কেইজনমান নি্র্বাচিত লোকৰ দল
উদাহরণ :
পঞ্চায়তৰ সিদ্ধান্ত পক্ষপাত শূন্য হোৱা উচিত
অর্থ : কোনো বিবাদ বা কাজিয়াৰ সমাধানৰ কাৰণে বাছি লোৱা লোকসকলৰ দল
উদাহরণ :
পঞ্চায়তৰ নি্র্ণয় ্নমনাৰ কাৰণে গাওঁবাসীয়ে শ্যামুক এঘৰীয়া কৰিলে