অর্থ : যি ৰাজনীতিৰ ক্ষেত্রত আগুৱাই লৈ যায়
উদাহরণ :
সংসদ গৌৰৱ অক্ষুণ্ণ ৰখাটো নেতাসকলৰ হাতত আছে
অর্থ : যিজন ব্যক্তি সকলোতে মুখ্য বা প্রধান
উদাহরণ :
মোহন এই সংগঠনটোৰ প্রধান ব্যক্তি
সমার্থক : চর্দাৰ, প্রধান ব্যক্তি
অর্থ : কোনো ক্ষেত্র বা বিষয়ত কাৰোবাক নেতৃত্ব দিয়া লোক
উদাহরণ :
বাজপেয়ী এগৰাকী ভাল নেতা
সমার্থক : নায়ক