সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : ভিতৰত গুটি থকা ধাতুৰ এবিধ ফোপোলা বস্তু যাক লৰাই দিলে ঘনে-ঘনে বাজে
উদাহরণ : শিশুটোৰ কঁ্কালত জুনুকা বান্ধি থোৱা আছিল
সমার্থক : ঘুগুৰা, জুনুকা, নেপুৰ
অর্থ : নাৰীয়ে ভৰিৰ সৰু ্ গাঁঠিৰ ওচৰত পিন্ধা এবিধ অলংকাৰ
উদাহরণ : তেওঁ ্ নূপুৰ পিন্ধি ভাল পায়
সমার্থক : কিংকিনি, নেপুৰ, পায়েল
ইনস্টল