অর্থ : জ্বলি থকা বা উত্তপ্ত বস্তুৰ পানী আদিৰ সংস্পর্শলৈ আহি ঠাণ্ডা হোৱা
উদাহরণ :
পানী পৰোতেই কয়লাখিনি নুমাই গʼল
সমার্থক : চেঁ্চা পৰা, নুমোৱা
অর্থ : জুই জ্বলি নিজে-নিজে বা পানী আদি পৰাৰ কাৰণে নজ্বলা এক অৱস্থা
উদাহরণ :
চৌকাৰ জুই নুমাল
সমার্থক : নুমুৱা