অর্থ : জনসাধাৰণ বা সমাজৰ কাৰণে নি্র্ধাৰণ কৰা আচাৰ-ব্যৱহাৰ
উদাহরণ :
ৰজা বিক্রমাদিত্যৰ উচিত নীতিৰ কাৰণেই তেওঁৰ ্প্রজাসকল সুখী আছিল
অর্থ : কোনো কাম ভালদৰে কৰিবৰ কাৰণে দিয়া নির্দে্শাৱলী
উদাহরণ :
চৰকাৰৰ সন্ত্রাসবাদী ্নির্মূলৰ নীতি সম্পূর্ণৰূপে সফল হোৱা নাই