অর্থ : বৃক্ষৰ নোহোৱা কৰি পেলোৱা কার্য
উদাহরণ :
মানুহে পৃথিৱীৰ নি্র্বনীকৰণ কৰি নিজৰ ভৰিতেই কুঠাৰ মাৰিছে
অর্থ : বৃহৎ পৰিমাণত বনাঞ্চল ধ্বংস কৰা কার্য
উদাহরণ :
নি্র্বনীকৰণক বাধা দিয়া প্রতিজন নাগৰিকৰ কর্তব্য
সমার্থক : বনাঞ্চল ধ্বংসকৰণ