অর্থ : কোনো কথা আদিৰ ্সন্দর্ভত সিদ্ধান্ত লোৱা বা নি্র্ণয় ্কৰা
উদাহরণ :
ককাদেউতাই কাজিয়া নিষ্পত্তি কৰিছে
সমার্থক : সমাধান কৰা
অর্থ : কোনো কাম আৰম্ভণিৰ পৰা সমাপ্তিৰ ফালে লৈ যোৱা
উদাহরণ :
এই কামটো নিষ্পত্তি কৰি লোৱা, তাৰ পিছত আন কাম কৰিবা
সমার্থক : কৰা, ঠিক কৰা, শেষ কৰা, সম্পাদন কৰা