সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যাৰ লাজ নাই বা যʼত লাজ নাই
উদাহরণ : তেওঁ এজন নিলাজ ব্যক্তি, যাৰে তাৰে আগত যিকোনো কথা কৈ ফুৰে
সমার্থক : নি্র্গত, নি্র্লজ্জ, বে-চৰম, লজ্জাশূন্য, লজ্জাহীন, লাজকাজ নোহোৱা-
অর্থ : যাৰ সংকোচবোধ নাথাকে
উদাহরণ : মই শীলতাহীন লোকৰ পৰা দূৰতেই থাকো
সমার্থক : শীলতাহীন
ইনস্টল