সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : গোল-দীঘলীয়া ফোঁপোলা বস্তু
উদাহরণ : তেওঁ ্ পাইপেৰে নাৰিকলৰ পানী খাই আছে
সমার্থক : চুঙা, চুঙী, নল, নলা, নলী, পাইপ
অর্থ : নলৰ আকাৰৰ কোনো বস্তু
উদাহরণ : জীৱজন্তুৰ বেমাৰ হʼলে বাঁহৰ নলিচাৰে ঔষধ খুওৱা হয়
সমার্থক : চুঙা
অর্থ : জলীয় পদার্থ ্ওলাই যোৱা নলী বা মুখ
উদাহরণ : ভোগজৰাটোৰ নলিচাটো ভাঙি থাকিল
অর্থ : ধোঁৱা খোৱা এক বিশেষ প্রকাৰৰ উপকৰণ
উদাহরণ : ৰামে হোকা খাই আছে
সমার্থক : গুড়গুড়ী, গুৰগুৰী, চিলিম, হোকা, ্ ধোঁৱা খোৱা
ইনস্টল