সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : খেল-পথাৰ, খেতি আদিৰ মাটিৰ ভিতৰৰ পৰা পানী উলিওৱা নলা বিশেষ যাৰ এটা মূৰ ভূমিৰ পানী থকা গভীৰত থাকে আৰু উপৰি ভাগৰ মূৰটোৰে পানী উলিয়াব পৰা ব্যৱস্থা থাকে
উদাহরণ : বৰষুণ কম হোৱাৰ কাৰণে ঠায়ে ঠায়ে নলকুপ বহুওৱা হৈছে
সমার্থক : টিউবেল
ইনস্টল