অর্থ : কাগজ আদিৰ ভালেমান টুকুৰা একে লগে মিলাই গাঁঠি থোৱা কার্য
উদাহরণ :
কেৰাণীজনে কাগজবোৰ নথিভুক্ত কৰি আছে
সমার্থক : নথি
অর্থ : যাৰ পঞ্জীকৰণ কৰা হৈছে
উদাহরণ :
নৱজাত শিশুটোৰ নাম পঞ্জীভুক্ত কৰা হʼল
সমার্থক : পঞ্জীবদ্ধ, পঞ্জীভুক্ত, ্ৰেকর্ড