অর্থ : আনন্দত জঁপিওৱা-জঁপি কৰা
উদাহরণ :
চাকৰি পোৱাৰ খবৰ পাই মনোহৰে নাচিবলৈ ধৰিলে
অর্থ : সংগীতৰ লগত তাল স্বৰ অনুযায়ী ভাব-ভঙ্গী দেখুৱাই জঁপিওৱা, ঘূৰা আৰু এই ধৰণৰ অন্য মুদ্রা দেখুওৱা কার্য
উদাহরণ :
তেওঁ খুউব ভাল নাচিছিল
সমার্থক : নর্তন ্ কৰা, নৃত্য কৰা