অর্থ : ধৰা কার্য
উদাহরণ :
তেওঁৰ ্ধৰাটো ঢিলা হোৱা কাৰণেই মাছটো পানীত জপিয়াই পৰিল
অর্থ : মনোভাব আদিক নিয়ন্ত্রণত ৰখা কার্য
উদাহরণ :
মায়ে ৰাতিপুৱাৰ পৰা ধৰা কথাটো দেউতা অহাৰ লগে লগেই উজাৰি দিলে
অর্থ : কিবা কৰি থকা কাৰোবাক কোনো বিশেষ কাৰণত বাধা দিয়া
উদাহরণ :
নিৰীক্ষকে নকল কৰি থকা পৰীক্ষার্থীক ধৰিলে
অর্থ : আক্রান্ত হোৱা
উদাহরণ :
মোৰ বেয়াকৈ পানীলগাই ধৰিছে
অর্থ : কʼৰবালৈ যাবৰ কাৰণে কোনো বাহন বা ৰাস্তাৰ ব্যৱহাৰ কৰা
উদাহরণ :
মুম্বাইলৈ যাবৰ কাৰণে মই দহ বজাৰ ৰেল ধৰিলো আমি তালৈ যাবৰ কাৰণে এখন ৰিক্সা লʼলোঁ
সমার্থক : লোৱা
অর্থ : কল্পনা কৰা
উদাহরণ :
আমি প্রশ্নৰ সমাধান কৰিবৰ কাৰণে ক আৰু খ-ক অজ্ঞাত ৰাশি স্থানত ধৰিছোঁ
সমার্থক : কল্পনা কৰা, ধৰি লোৱা
অর্থ : কʼৰবালৈ যাবৰ বাবে বাহন আদিৰ ওচৰ পোৱা
উদাহরণ :
পলম হোৱাৰ কাৰণে আমি দহ বজাৰ বাচ ধৰিব নোৱাৰিলো
অর্থ : কোনো বস্তু পৰি নোযোৱাকৈ বা এৰাব নোৱাৰাকৈ হাতত লোৱা কার্য
উদাহরণ :
ৰাস্তাটো পাৰ কৰাবৰ কাৰণে ককাদেউতাকে শিশুটোৰ হাতত ধৰিলে