সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : বজোৱা হোৱা
উদাহরণ : বজোৱা ঢোলৰ শ্্ব্দ বহুদূৰলৈ শুনা গৈছিল
সমার্থক : বজোৱা
অর্থ : যিটো ধ্বনি বা শ্্ব্দৰ ৰূপত প্রকট হৈছে
উদাহরণ : অর্জুনৰ ধনুৰ টংকাৰত চৌদিশ ধ্বনিত হৈ উঠিল
সমার্থক : নিনাদিত, শ্্ব্দায়মান
অর্থ : ভোমোৰাৰ গুঞ্জনৰ সৈতে যুক্ত
উদাহরণ : তেখেতে গুঞ্জিত উপবনৰ সৌন্দর্য উপভোগ কৰি আছে
সমার্থক : গুঞ্জিত, গুঞ্জৰিত
অর্থ : গুঞ্জন কৰি থকা
উদাহরণ : গায়কৰ স্বৰৰ দ্বাৰা গুঞ্জিত ভৱনত সকলো শান্ত হৈ বহি আছিল
ইনস্টল