সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যি লোক খুউব ধূর্ত
উদাহরণ : তোমাৰ দৰে টেঙৰৰ পৰা দূৰত থকাই ভাল
সমার্থক : চতুৰ, চালাক-চতুৰ, টেঙৰ, ধূর্ত্ত, ্চালাক
অর্থ : ঠগিবৰ বাবে কোনো প্রকাৰৰ মিছা অভিসন্ধি কৰা
উদাহরণ : ঠগ ব্যক্তি সকলৰ পৰা সদায় সতর্ক হৈ থাকিব লাগে
সমার্থক : ঠগ, প্রতাৰক, প্রৱঞ্চক, ্ছলনাকাৰী
ইনস্টল