পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে ধুনীয়া শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

ধুনীয়া   বিশেষণ

অর্থ : যি সুন্দৰ আৰু আটক-ধুনীয়া

উদাহরণ : বিবাহ আদি উপলক্ষত সকলোলোকেই ধুনীয়াকৈ থকাৰ প্রয়াস কৰে

সমার্থক : ৰচকী

অর্থ : সকলোতকৈ সুন্দৰ

উদাহরণ : ইয়াৰ সুন্দৰতম মন্দিৰবোৰৰ ভিতৰত এই শিৱ মন্দিৰটোও পৰে

সমার্থক : আটকধুনীয়া, সুন্দৰতম

অর্থ : দেখিবলৈ ভাল আৰু শুৱনি লগা

উদাহরণ : আজিৰ বতৰ বৰ ধুনীয়া

সমার্থক : সুন্দৰ

অর্থ : অত্যন্ত সুন্দৰ

উদাহরণ : সীতাৰ লʼৰাটো বৰ ধুনীয়া

সমার্থক : সুচাৰু, সুশীল

অর্থ : যি দেখিবলৈ আকর্ষণীয় বা যাৰ অৱয়ব ভাল:তেওঁৰ ্ লʼৰাটো বৰ ধুনীয়া

উদাহরণ :

সমার্থক : চকু জুৰোৱা, চকুত চমকল লগোৱা, চকুত লগা, দেখনিয়াৰ, নয়ন জুৰোৱা, নয়নাভিৰাম, বিতোপন, মোহনীয়া, সুন্দৰ, সোণাৰি-গঢ়ী, ৰূপহ