অর্থ : মালিক পক্ষক পিছত পৰিশোধ কৰা কোনো বস্তু আদিৰ পৰিমাণ
উদাহরণ :
এতিয়া কাপোৰৱালা মহাজনৰ মোৰ ওচৰত দুহাজাৰ টকাৰ ধাৰ আছে
অর্থ : ধাৰাল হাথিয়াৰৰ সেই অংশ যাৰ দ্বাৰা তাৰ উত্তমতা প্ৰকাশিত
উদাহরণ :
এই তৰোৱালখনৰ পানী চাবলগীয়া
সমার্থক : পানী
অর্থ : কʼৰবাৰ পৰা বা কাৰোবাৰ পৰা সুত সহিত বা বিনা সুতেৰে পুনৰ ঘূৰাই দিয়াৰ চুক্তিত লোৱা ধন
উদাহরণ :
তেওঁ ঘৰ ্সাজিবৰ কাৰণে বেংকৰ পৰা ঋণ লৈছে
সমার্থক : ঋণ
অর্থ : নির্দিষ্ট সময়ত ঘূৰাই দিম বুলি কাৰোবাৰ পৰা লোৱা কোনো বস্তু, টকা আদি
উদাহরণ :
ৰামে কিতাপখন কিনিবৰ কাৰণে মোৰ পৰা এশ টকা ধাৰলৈ লʼলে
অর্থ : হাতিয়াৰ বা অস্ত্রৰ চোক
উদাহরণ :
কটাৰীখনৰ ধাৰ নোহোৱা হʼল