অর্থ : জনসাধাৰণৰ ভালৰ কাৰণে নীতি-নিয়মৰ নির্দে্শনা কৰা ধর্মীয় গ্রন্থ
উদাহরণ :
মোৰ মায়ে আজৰি সময়ত শাস্ত্র অধ্যয়ন কৰে
সমার্থক : ধর্মগ্রন্থ, ধর্মপুথি, পুথি, শাস্ত্র
অর্থ : যি শাস্ত্রত ধর্মৰ বিষয়ে অধ্যয়ন কৰা হয়
উদাহরণ :
তেওঁ ধর্ম্্শাস্ত্রৰ স্নাতক