অর্থ : ধর্মশীল হোৱা অৱস্থা বা ভাব
উদাহরণ :
ধর্মশীলতাৰ যোগেদি মানুহৰ নৈতিক আৰু চাৰিত্রক উত্তৰণ ঘটে
সমার্থক : ধর্ম-্পৰায়ণতা, ধর্মপ্র্াণতা, ধর্মশীলতা, ধার্মিকতা
অর্থ : ধর্মৰ ওপৰত বিশ্বাস
উদাহরণ :
মায়া-জালত পৰি মহৎ লোকৰো ধর্মনিষ্ঠাত কেতিয়াবা আউল লাগে