সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : বাঁহ বা লোহা আদিৰ মিহি পাত বেঁক্া কৰি দূইমূৰে গুণ লগাই সজা অস্ত্র, যিহেৰে কাঁড় মৰা হয়
উদাহরণ : চিকাৰীজনে ধনুৰে বাঘটোলৈ শৰ নিক্ষেপ কৰিলে
সমার্থক : ধনুক, ধেনু
অর্থ : ৰাশিচক্র গণনাৰ দ্বাদশ ৰাশিৰ মাজৰ নৱম ৰাশি
উদাহরণ : এই মাহটো ধনু ৰাশিৰ লোকৰ কাৰণে ভাল
সমার্থক : ধনু ৰাশি, ধনুৰাশি
ইনস্টল