সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : দৌৰ মৰা কার্য ্বা ভাব
উদাহরণ : দৌৰাৰ পিছত অলপ আৰাম কৰা উচিত
অর্থ : কোনো প্রয়াসত ইফালে-সিফালে ঘূৰা
উদাহরণ : এই চাকৰিটো পাবৰ কাৰণে মই বহুত দৌৰিলোঁ
সমার্থক : ঘূৰা, লৰা-ঢপৰা কৰা
অর্থ : বৰ সঘনাই ভৰি দাঙি যোৱা
উদাহরণ : মেকুৰীজনীয়ে নিগনিটো দেখিয়েই তাৰফালে দৌৰিলে
সমার্থক : দৌৰ মৰা, লৰ মৰা
অর্থ : ভৰিৰে অতি বেগাই যোৱা
উদাহরণ : তেওঁ দৌৰা লʼৰাটোক ধৰিবলৈ অসমৰ্থ হʼল
ইনস্টল