অর্থ : অনাহকত দোষ উলিওৱা কার্য
উদাহরণ :
কোনো কোনোৱে দোষ-খুচৰি ভাল পায়
অর্থ : দোষ উলিওৱা ব্যক্তি
উদাহরণ :
দোষ-খোচৰাৰ দৃষ্টিৰ পৰা অতি সৰু কথাও সাৰি নাযায়
সমার্থক : ছিদ্রান্বেষক, ছিদ্রান্বেষী
অর্থ : আনৰ দোষ বিচাৰিফুৰোঁতা
উদাহরণ :
দোষ-খোচৰা ব্যক্তিয়ে নিজৰ বেয়া স্বভাৱৰ বিষয়ে সদায় অজ্ঞতা প্রকাশ কৰে
সমার্থক : ছিদ্রান্বেষী, দোষদর্শী