সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যিটো কামত নিয়ম উলংঘা কৰিলে কৰোতাক আইনমতে দণ্ড বিহিব পাৰে
উদাহরণ : প্রকৃতি ধ্বংস কৰা এক অপৰাধ চোৰ কৰা এক অপৰাধ
সমার্থক : অধর্ম, অপৰাধ, কলুষ, পাতক, পাপ
অর্থ : দোষমুক্তিৰ বাবে বা ক্ষতিপূৰণৰ নিমিত্তে ন্যায়ালয়ত কৰা প্রার্থন্া
উদাহরণ : অনুসন্ধানৰ অন্তত গম পোৱা গʼল যে তেওঁৰ ওপৰত লগোৱা অভিযোগটো মিছা
সমার্থক : অনুযোগ, অভিযোগ, দায়ীকৰা-, দোষাৰোপ, দোষাৰোপণ, দোষীকৰা-, নালিছ
অর্থ : যিটো গুণ ভাল নহয়
উদাহরণ : মানুহে বদগুণৰ পৰা আঁতৰি থাকিব লাগে
সমার্থক : কদভ্যাস, দুর্গুণ, বদগুণ, বদভ্যাস
ইনস্টল