অর্থ : কোনো বস্তু বা কার্য আদিৰ ফালে ইংগিত কৰা
উদাহরণ :
মায়ে মোক আকাশত ধ্রুৱ তৰাৰ স্থিতি দেখুৱালে
সমার্থক : নির্দেশ ্কৰা
অর্থ : কোনো ব্যক্তি, পদার্থ ্ বা কাম-কাজ আদিৰ ৰূপ-ৰং, আকাৰ-প্রকাৰ বা গুণ আদিৰ জ্ঞান লাভ কৰা
উদাহরণ :
তেওঁৰ নতুন ঘৰটো আমাক দেখুৱালে
সমার্থক : দর্শন ্ কৰা, দেখুৱা
অর্থ : অনুভৱ কৰোৱা
উদাহরণ :
ভাগ্যই আমাক বহুত বেয়া দিন দেখুৱালে
অর্থ : * কৃত্রিমভাৱে প্রস্তুত কৰা বা দেখুওৱা বা আনৰ নিচিনাকৈ অভিনয় কৰা
উদাহরণ :
শীলাই নিজকে অভিনেত্রী যেন দেখুৱায়
সমার্থক : প্রদর্শন ্কৰা
অর্থ : অনুসন্ধান বা নিৰীক্ষণ কৰা
উদাহরণ :
আপুনি ৰোগীজনক ডাক্তৰক দেখুৱালে নেকি ?
অর্থ : নিৰীক্ষণ কৰোৱা কার্য
উদাহরণ :
প্রত্যক্ষদর্শীয়ে পুলিচক হত্যা হোৱা ঠাইখিনি দেখুৱালে
সমার্থক : দেখুৱা