সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : অতি কম সময়ৰ কাৰণে চকুৰ সন্মুখলৈ অহা কোনো দৃশ্য
উদাহরণ : মানুহে সাধুজনৰ ক্ষণিক দৃষ্টি পাবলৈ আকুল হৈ আছিল
সমার্থক : ক্ষণিক দৃষ্টি
অর্থ : দেখা কার্য
উদাহরণ : তেওঁক ্ চোৱাটো মোৰ বাবে জৰুৰী নহয়
সমার্থক : অৱলোকন, চোৱা-, দর্শন, নেত্রপাত, বিলোকন, লক্ষ্য
অর্থ : ভালদৰে পৰীক্ষা-নিৰীক্ষা কৰি চোৱা কার্য
উদাহরণ : কোনো বস্তু ব্যৱহাৰ কৰাৰ আগতে ভালদৰে অৱলোকন কৰি চোৱা উচিত
সমার্থক : অৱলোকন, চোৱা-চিতা
ইনস্টল