অর্থ : ঘৰতে বহি আহিলাৰ সহায়ত অন্যান্য ঠাইত সংঘটিত হোৱা দৃশ্যাৱলী দেখিবলৈ পোৱা এক ধৰণৰ প্রণালী
উদাহরণ :
দূৰদর্শনে দেশ-বিদেশত সংঘটিত হৈ থকা ঘটনাৱলী পোনপটীয়াভাৱে প্রচাৰ কৰি জনসাধাৰণৰ কাষলৈ লৈ যায়
সমার্থক : দূৰদর্শন-্প্রণালী
অর্থ : দূৰত সংঘটিত হোৱা ঘটনাৰাজিৰ দৃশ্য দেখা পোৱা এক ধৰণৰ আহিলা
উদাহরণ :
দূৰদর্শন মনোৰঞ্জনৰ এক উত্তম আহিলা
সমার্থক : টিভি, টেলিভিছন, টেলিভিশ্বন