সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : দুটা বস্তু বা বিন্দুৰ মাজৰ স্থান বা মাত্রা
উদাহরণ : ঘৰৰপৰা কার্যালয়লৈকে দূৰত্ব প্রায় এক কিলোমিটাৰ
সমার্থক : অন্তৰ, তফাৎ, পার্থক্য
অর্থ : দূৰ হোৱা অৱস্থা বা ভাব
উদাহরণ : দুই ভাইৰ মাজত কাজিয়া-পেচালৰ কাৰণে দিনে-দিনে দূৰত্ব বাঢ়ি গৈ আছে
ইনস্টল