সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কোনো ৰাজ্য বা দেশৰ ফালৰ পৰা অন্য ৰাজ্য বা দেশলৈ পঠোৱা বা নিযুক্ত দূত বা বার্তাবাহক
উদাহরণ : পাকিস্তান ওপৰত ভালেকেইবাৰ ৰাষ্ট্রদূতক অপমান কৰাৰ আৰোপ লগোৱা হৈছে
সমার্থক : ৰাজদূত, ৰাজপ্রতিনিধি, ৰাষ্ট্রদূত
অর্থ : কোনো বিশেষ কার্য কৰিবলৈ বা খবৰ দিবৰ কাৰণে কʼৰবালৈ পঠোৱা ব্যক্তি
উদাহরণ : ভগৱান ৰামে অংগদক দূত হিচাপে ৰাৱণৰ ওচৰলৈ পঠিয়াইছিল
সমার্থক : কটকী, চৰ, টেকেলা
ইনস্টল