সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : ভিতৰলৈ সোমাব পৰা বাহিৰলৈ ওলাব পৰা কোনো বন্ধ স্থানৰ এক খোলা অংশ
উদাহরণ : ভিখাৰীজন দুৱাৰত ৰৈ আছে
সমার্থক : কপাট, দর্জা, দর্জ্জা, দ্বাৰ, দৰজা
অর্থ : ডাঙৰ আকৃতিৰ দুৱাৰ
উদাহরণ : এই দুর্গটোৰ দুৱাৰখন পিতলেৰে তৈয়াৰী
সমার্থক : ডাঙৰ দুৱাৰ???
ইনস্টল