অর্থ : কঠিন হোৱা অৱস্থা বা ভাব
উদাহরণ :
সাহসী লোকৰ জীৱনত কঠিনতা অহাৰ পিছতো অলপো বিচলিত নহয়
সমার্থক : কঠিনতা
অর্থ : কোনো কাম কৰোতে বাধা পোৱা স্থিতি
উদাহরণ :
এনেকুৱা পৰিস্থিতিত কাম কৰিবলৈ মই অসুবিধা পাওঁ
সমার্থক : অসুবিধা, কঠিনতা, কষ্টসাধ্যতা