পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে দুখ দিয়া শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

দুখ দিয়া   ক্ৰিয়া

অর্থ : কাৰোবাৰ মর্ম্্স্থানত আঘাত লগাকৈ কোনো কথা কোৱা বা কাম কৰা

উদাহরণ : শাহুৱেকে গালি পাৰি বোৱাৰীয়েকৰ মনত দুখ দিলে

সমার্থক : আঘাত দিয়া

অর্থ : কাৰোবাৰ ঘা আদি এনেদৰে চুৱা যাৰ কাৰণে তেওঁ কষ্ট অনুভৱ কৰে

উদাহরণ : অকস্মাতে তেওঁ ্মোৰ ফোঁহাটোত দুখ দিলে

সমার্থক : কষ্ট দিয়া

অর্থ : কাৰোবাক মানসিকভাৱে বা শাৰীৰিকভাৱে দুখ দিয়া

উদাহরণ : বিয়াৰ পিছত গীতাক শহুৰেকৰ ঘৰখনে বৰ কষ্ট দিছে

সমার্থক : উৎপীড়ন কৰা, কষ্ট দিয়া, জ্বলোৱা, দুঃখ দিয়া, দুখ-কষ্ট দিয়া, যাতনা দিয়া, শাস্তি দিয়া

অর্থ : কোনো পদার্থৰ ্অভাৱৰ পৰা দুখ ওপজা কার্য

উদাহরণ : নি্র্বাচনৰ সময়ত নেতাই প্রতিশ্রুতি দিয়ে আৰু জিকাৰ পিছত দুখ দিয়ে

সমার্থক : প্রলোভন দিয়া, ব্যাকুল কৰা