অর্থ : খেদ বা দুখ কৰা
উদাহরণ :
মৰা মানুহ কেতিয়াও ঘূৰি নাহে, আপুনি আৰু বেছি দুখ নকৰিব
সমার্থক : দুঃখিত হোৱা, দুখী হোৱা
অর্থ : কষ্ট আদিত মুখৰ পৰা ওলোৱা দুখসূচক শ্্ব্দ
উদাহরণ :
তেওঁ ্খাতিয়াত পৰি হুমুনিয়াহ কাঢ়ি আছিল
সমার্থক : হুমুনিয়াহ কঢ়া