সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যিজন ব্যক্তি বহুবছৰ ধৰি জীয়াই থাকে
উদাহরণ : জাপানত দী্র্ঘজীৱীৰ সংখ্যা বহুত বেছি
অর্থ : যি বহুত দিনলৈকে জীয়াই থাকে
উদাহরণ : সাধুজনে দী্র্ঘজীৱী হোৱাৰ আশী্র্বাদ দিলে
সমার্থক : চিৰঞ্জীৱী, দী্র্ঘায়ু
অর্থ : বহুত দিন ধৰি জীয়াই থকা
উদাহরণ : দী্র্ঘজীৱী ৰাঘৱৰ বয়স ১০৫ বছৰ
ইনস্টল