অর্থ : জ্বলি থকা দীপকৰ শাৰী
উদাহরণ :
দিৱালীৰ ৰাতিত ৰমেশৰ ঘৰৰ দুৱাৰত দীপমালা সজ্জিত আছিল
সমার্থক : দীপমালা
অর্থ : আহিন বা কাতি মাহৰ অমাৱস্যা তিথিৰ দিনাখন ঘৰ আৰু পদূলি আদিত চাকি লগাই পালন কৰা উৎসৱ
উদাহরণ :
উত্তৰ ভাৰতত দেৱালী উৎসৱ উলহ-মালহেৰে পালন কৰা হয়
সমার্থক : দীপান্বিতা, দীপালী, দেৱালী