অর্থ : যিজনে পথপ্রদর্শন ্কৰায়
উদাহরণ :
এজন সচা পথপ্রদর্শকে পথভ্রষ্ট লোকসকলক শুদ্ধ পথলৈ আনেআমাৰ গুৰু এজন শুদ্ধ দিগ্্দর্শক
সমার্থক : পথপ্রদর্শক
অর্থ : যিজনে ৰাষ্টা দেখুৱায় দিয়ে
উদাহরণ :
এজন ভাল পথপ্রদর্শকৰ নেতৃত্বত আমি আগবাঢ়িছিলোঁ
সমার্থক : পথপ্রদর্শক, ্মার্গদর্শক