অর্থ : তত্ত্ব বা কোনো সিদ্ধান্ত সম্পর্কে ্জ্ঞাত ব্যক্তি
উদাহরণ :
এই সভাখনত ডাঙৰ ডাঙৰ তত্ত্ববেত্তাই অংশগ্রহণ কৰিছে
সমার্থক : তত্ত্বজ্ঞ, তত্ত্ববেত্তা, দর্শনবিদ
অর্থ : যাৰ দর্শনৰ ্জ্ঞান আছে
উদাহরণ :
দার্শনিক আৰস্তু এজন ৰাজনীতিজ্ঞও আছিল
অর্থ : দর্শন ্শাস্ত্রৰ সৈতে সম্বন্ধ থকা
উদাহরণ :
তেওঁ ্দার্শনিক গ্রন্থৰ আলোচনা কৰিলে
সমার্থক : ্দর্শন্্শাস্ত্রীয়