অর্থ : পশু-পক্ষী আদিক দিয়া খাদ্য বস্তু
উদাহরণ :
তেওঁ মুর্গীক দানা দি আছে খেতিয়কজনে বলদ হালৰ কাৰণে দানা আনিহলৈ গৈছে
অর্থ : শস্যৰ পৰা উলিওৱা অংশ
উদাহরণ :
চিকাৰীটোৱে গছৰ তলত দানা সিঁচি দিলে
সমার্থক : শস্যৰ গুটি, শস্যৰ বীজ
অর্থ : পশুৱে খোৱা ঘাঁহ, ভুচি আদি
উদাহরণ :
তেওঁ গৰুৰ ্কাৰণে দানা আনিবলৈ গৈছে