অর্থ : অনাহকত কাৰোবাৰ সৈতে যুঁজ-্বাগৰ বা মাৰপিট কৰা কার্য
উদাহরণ :
বর্ত্্মান ডাঙৰ-ডাঙৰ বিদ্যালয়তো গুণ্ডাগিৰী বাঢ়ি যাবলৈ ধৰিছে
সমার্থক : গুণ্ডাগিৰী, বদমাছী
অর্থ : নিজে যি পছন্দ কৰে বা ভাল পায় তেনে ধৰণে কৰা আচৰণ
উদাহরণ :
আপোনাৰ দাদাগিৰী ইয়াত নচলিব