সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : সাধাৰণতকৈ উচ্চ
উদাহরণ : লʼৰা-ছোৱালীয়ে তীব্র স্বৰত গাই আছিল
সমার্থক : ্তাঁৰ
অর্থ : বেগী বা প্রখৰ...
উদাহরণ : এই কামটো কৰিবলৈ তীক্ষ্ণ বুদ্ধিৰ প্রয়োজন
সমার্থক : চোকা, তীক্ষ্ণ, প্রখৰ, সুতীক্ষ্ণ
অর্থ : জোৰকৈ
উদাহরণ : জোৰেৰে বতাহ বলি আছে ইয়াত পানীৰ ্সোঁত প্রৱল বাহিৰত প্রচণ্ড গৰম
সমার্থক : উৎকট, জোৰ, প্রচণ্ড, প্রৱল
অর্থ : যʼত তীব্রতা আছে
উদাহরণ : তেওঁ তীব্র গতিৰে নিজৰ গন্তব্য স্থানলৈ গৈ আছিল
সমার্থক : দ্রুত
ইনস্টল