সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : পানী বা কোনো তৰল পদার্থৰ সংযোগত তিতা বা কোমল হোৱা
উদাহরণ : অকস্মাৎ বৰষুণ হোৱাৰ কাৰণে আমি সকলো তিতিলোঁ
সমার্থক : ভিজা
অর্থ : যিটো উগ্র আৰু মিঠা সোৱাদযুক্ত নহয়:নিম খাবলৈ তিতা
উদাহরণ :
সমার্থক : তিতিকি
অর্থ : আর্দ্রত্া যুক্ত
উদাহরণ : তেওঁ ভিজা কাপোৰ শুকুৱাই আছে
সমার্থক : আর্দ্র, ভিজা, সিক্ত
অর্থ : যাক পানীৰে বুৰাই দিয়া হৈছে
উদাহরণ : ভিজা খেতিডৰালৈ নাযাবা, ভৰিত বোকা মাটি লাগিব
সমার্থক : ভিজা, সিক্ত, ্আর্দ্র
ইনস্টল